This browser does not support the video element.
হোজাই: জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱনগৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় শিক্ষক দিৱসৰ কাৰ্যসূচীত ২৫গৰাকী শিক্ষকক সম্বৰ্ধনা জ্ঞাপন প্ৰশাসনৰ
Hojai, Hojai | Sep 5, 2025
শুক্ৰবাৰে দিনৰ ৩মান বজাত হোজাই জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱনগৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় শিক্ষক দিৱসৰ কাৰ্যসূচীত হোজাই জিলাখনৰ ২৫গৰাকী শিক্ষকক কৃতি শিক্ষক হিচাপে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।তাৰ সমান্তৰাল বাবে লংকাৰ গোঁসাইগাঁওৰ শ্ৰী শ্ৰী শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিকুমণি পাঠকক কৃতি শিক্ষক হিচাপে সম্বৰ্ধনা জ্ঞাপন কৰে।উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ,লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰকে আদি