Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: 'খাম্পা বৰগয়াৰী আৰু চন্দন ব্ৰহ্ম বেয়াকৈ হাৰিব', কাজলগাঁৱত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ মন্তব্য

India | Sep 1, 2025
আজি চিৰাং জিলাৰ সদৰ কাজলগাঁৱত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ মন্তব্য আগন্তুক বিটিচি নিৰ্বাচনত খাম্পা বৰগয়াৰী আৰু চন্দন ব্ৰহ্ম বেয়াকৈ হাৰিব,বিপিএফ দল বৰ্তমান এক নম্বৰ স্থানত আছে চাৰি নম্বৰ স্থানত ইউপিপিএল দল,বিপিএফ দলে আগন্তুক বিটিচি নিৰ্বাচনত ২০ টাৰ ওপৰত আসন লাভ কৰিব এই মন্তব্য বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ।
Read More News
T & CPrivacy PolicyContact Us