Install App
chandanhiramorigaon
This browser does not support the video element.
মৰিগাঁও: লাহৰীঘাট বৰ্তমানৰ কুশতলি-নিজ গেৰুৱা মণ্ডলৰ প্ৰাক্তন সভাপতিৰ বাসগৃহত উপস্থিত তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য
Marigaon, Morigaon | Aug 31, 2025
লাহৰীঘাট বৰ্তমানৰ কুশতলি-নিজ গেৰুৱা মণ্ডলৰ প্ৰাক্তন সভাপতিৰ বাসগৃহত উপস্থিত তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ। কিছু দিনৰ পূৰ্বে ইহলীলা সম্বৰণ কৰা পূৰ্ব লাহৰীঘাট বৰ্তমানৰ কুশতলি-নিজ গেৰুৱা মণ্ডলৰ প্ৰাক্তন সভাপতি,বৰডুবা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি,দলৰ জ্যেষ্ঠ নিষ্ঠাৱান কাৰ্যকৰ্তা প্ৰয়াত সুনীল বিশ্বাসদেৱৰ বাসগৃহত উপস্থিত হয় ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!