Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: আৱৰ্ত ভৱনৰ পৰা গুৱাহাটী লৈ যাত্ৰা কেইবাগৰাকী শিল্পীৰ , সহকাৰী আয়ুক্তৰ উপস্থিতিত দলটো ৰাওনা হয়

Jorhat West, Jorhat | Sep 12, 2025
আৱৰ্ত ভৱনৰ পৰা গুৱাহাটী লৈ যাত্ৰা কেইবাগৰাকী শিল্পীৰ । সহকাৰী আয়ুক্তৰ উপস্থিতিত দলটো ৰাওনা হয় । ১৩ ছেপ্টেম্বৰত প্ৰধান মন্ত্ৰীৰ সন্মুখত সমবেত ভাৱে গীত পৰিৱেশন কৰিব শিল্পী সকলে। সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি ১৩ ছেপ্টেম্বৰত গুৱাহাটীত কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত হব । অসম চৰকাৰৰ দ্বাৰা আয়োজন কৰা হৈছে এই কেন্দ্ৰীয় অনুষ্ঠান ।
Read More News
T & CPrivacy PolicyContact Us