This browser does not support the video element.
দক্ষিণ শালমাৰা: চিৰাকুটিত কংগ্ৰেছ দলৰ বিশাল নিৰ্বাচনী ৰেলী বাহিৰ।হাজাৰ হাজাৰ ৰাইজৰ অংশগ্ৰহন
South Salmara, South Salmara-Mankachar | May 5, 2025
সোমবাৰে চিৰাকুটিত কংগ্ৰেছ দলৰ বিশাল নিৰ্বাচনী ৰেলী বাহিৰ। হাজাৰ হাজাৰ ৰাইজৰ অংশগ্ৰহন আবেলি ৪ বজাত সামৰণি পৰে এই ৰেলীৰ দ্বিতীয় প্ৰয্যায় নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনা নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিলে প্ৰাৰ্থী সকলে। চিৰাকুটি গাঁও পঞ্চায়তত কংগ্ৰেছ আই দলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান। নিৰ্বাচনী ৰেলীত অংশ গ্ৰহণ কৰিলে হাজাৰ হাজাৰ ভোটাৰ ৰাইজ।