Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: জেঙনি গাঁৱত জেঙনি আঞ্চলিক কৰম সন্মিলনত উপস্থিত বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁই

Tinsukia, Tinsukia | Sep 6, 2025
শনিবাৰে মাকুম বিধান সভা সমষ্টিৰ টেঙাপানী পঞ্চায়তৰ অন্তৰ্গত জেঙনি গাঁৱৰ ৰাজহুৱা খেলপথাৰত জেঙনি আঞ্চলিক কৰম সন্মিলন এদিনীয়া বিস্তৃত কাৰ্যসূচীৰে উলহ মালহেৰে অনুষ্ঠিত কৰিছে । দিনৰ ভাগত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পাছত নিশা প্ৰায় ১০ বজাত কৰম বেদিত ডাল স্থাপনেৰে মূল পূজা ভাগ সম্পন্ন কৰি পৰৱৰ্ত্তী পৰ্যায়ত ওৰেটো নিশা আখড়া অনুষ্ঠিত কৰা হব । কৰম ডাল স্থাপনৰ সময়ত অনুষ্ঠানত উপস্থিত থাকে বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁই ।
Read More News
T & CPrivacy PolicyContact Us