This browser does not support the video element.
গোৰেশ্বৰ ভাগ: চেনীমাৰাত বিপিএফৰ জন জাগৰণ সভা,উপস্থিত থাকে বিপিএফ নেতা মহেশ্বৰ বসুমতাৰীয়ে
Goreswar Part, Baksa | Aug 5, 2025
মংগলবাৰে আবেলি ৪ মান বজাত চেনিমাৰাত অনুষ্ঠিত হয় বিপিএফ দলৰ জনজাগৰণ সভা।সভাত তামুলপুৰ জিলা বিপিএফৰ সভাপতি তথা সমাগত বিটিচি নিৰ্বাচনৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ দলটোৰ মনোনীত প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীয়ে উপস্থিত থাকি ভাষণ দিয়ে।সভাত সংখ্যালঘু অধ্যুষিত অঞ্চলটোৰ কেবা শতাধিকলোকে অংশ গ্ৰহণ কৰে।