Download Now Banner

This browser does not support the video element.

চাবুৱা: ৰহমৰীয়া থানাৰ লকাপৰ পৰাই পলায়ন এটা চুৰৰ, আৰক্ষী থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ স্থানীয় ৰাইজৰ

Chabua, Dibrugarh | Sep 15, 2025
চাবুৱাৰ ৰহমৰীয়া থানাৰ আৰক্ষীৰ জিম্মাত থকাৰ অৱস্থাত থানাৰ লকাপৰ পৰাই পলাবলৈ সক্ষম হয় এটা চুৰে। নিশা প্ৰস্ৰাৱ কৰিবলৈ যোৱাৰ চলেৰে ৰহমৰীয়া থানাৰ পৰা‌ই পলায়ন চুৰৰ। পলায়ন কৰা চুৰক বিচাৰি বাগানে বাগানে স্মাৰ্ট আৰক্ষীৰ অভিযান। আজি সোমবাৰে পুৱা ১১ বজাত ৰহমৰীয়া আৰক্ষী থানা ঘেৰাও স্থানীয় লোকৰ।
Read More News
T & CPrivacy PolicyContact Us