Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: ধুবুৰীত প্ৰতিবাদী আক্ৰাছুৰ সদস্যক আক্ৰমণ কৰাকলৈ ডিকমত ধুবুৰীৰ এছ পি লীনা দলেৰ জুমুঠি দাহ কৰি প্ৰতিবাদ আক্ৰাছুৰ

Dibrugarh East, Dibrugarh | Sep 11, 2025
কালি ধুবুৰীৰ গোলোকগঞ্জত জনজাতিকৰণৰ দাবীত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত কোচ ৰাজবংশী ৰাইজে উলিওৱা জোঁৰ সমদলত অংশ লোৱা প্ৰতিবাদকাৰী সকলৰ ওপৰত অসম আৰক্ষীয়ে কৰা বৰ্বৰ আক্ৰমণক আজি বৃহস্পতিবাৰে বিয়লি ৪ বজাত ডিকমৰ নাদুৱাত তীব্ৰ প্ৰতিবাদ সাব‍্যস্ত কৰে আক্ৰাছু ডিব্ৰুগড় জিলা সমিতিয়ে।
Read More News
T & CPrivacy PolicyContact Us