Download Now Banner

This browser does not support the video element.

বৰপেটা: সোণৰ হাৰ কাঢ়ি নিয়া দুজন যুৱকক গ্ৰেপ্তাৰ সন্দৰ্ভত বৰপেটা সদৰ আৰক্ষী থানাত আৰক্ষীৰ সংবাদমেল

Barpeta, Barpeta | Jul 31, 2025
২২ জুলাইত দিন দুপৰতে বৰপেটা চহৰৰ মাজমজিয়াৰ লোহিত চন্দ্ৰ নায়ক পথত এগৰাকী মহিলাৰ ডিঙিৰ পৰা সোণৰ হাৰ কাঢ়ি নিয়া ঘটনাৰ লগত জড়িত দুজন যুৱকক বৰপেটা সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।‌ বৃহস্পতিবাৰে বৰপেটা আৰক্ষীৰ হৈ পৰিদৰ্শক অমৰ ঘোষে বৰপেটা সদৰ আৰক্ষী থানাত আয়োজিত এক সংবাদমেলত সদৰী কৰা অনুসৰি ধৃত যুৱক দুজন হ'ল তামুলপুৰৰ খন্দিকৰ গাওৰ ইদ‌্ৰিছ আলি ওৰফে কানিয়া আৰু ৰঙিয়াৰ কছাৰী শোলমাৰিৰ ৰাজু আলি।‌ হাৰ ডালৰ সোণখিনিৰ লগতে ঘটনাত ব্যৱহাৰ কৰা মটৰ চাইকেলখনো জব্দ কৰে ৷
Read More News
T & CPrivacy PolicyContact Us