Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: সদৰত মহাবিদ্যালয়ৰ ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস শোভাযাত্ৰা - বাইক ৰেলীত অংশগ্ৰহণ বিধায়ক সঞ্জয় কিষাণৰ

Tinsukia, Tinsukia | Sep 1, 2025
সোমবাৰে তিনিচুকীয়া মহাবিদ্যালয়ত ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । প্ৰতিষ্ঠা দিৱস উপলক্ষে দুপৰীয়া প্রায় ২.৩০ মিনিটত তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা এক বিশাল শোভাযাত্ৰা - বাইক ৰেলী উলিওৱা হয় । বাইক ৰেলীত অংশগ্ৰহণ কৰে তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষানে । এই অনুষ্ঠানত বিধায়ক সঞ্জয় কিষানৰ লগতে উপস্থিত আছিল চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল
Read More News
T & CPrivacy PolicyContact Us