Download Now Banner

This browser does not support the video element.

ৰঙিয়া ভাগ: ৰঙিয়াত ষ্টেচনৰ সমীপত উদ্ধাৰ বিশ্বনাথৰ এজন লোকৰ মৃতদেহ, ঘটনাস্থলীত ৰে'ল আৰক্ষী উপস্থিত হৈ মৃতদেহ চমজি লয়

Rangia Part, Kamrup | Aug 25, 2025
সোমবাৰে ৰঙিয়াত ষ্টেচনৰ সমীপত উদ্ধাৰ বিশ্বনাথৰ এজন লোকৰ মৃতদেহ। ঘটনাস্থলীত ৰে'ল আৰক্ষী উপস্থিত হৈ মৃতদেহ চমজি লয়। যদিও লোকজনৰ পৰিচয় এতিয়াও ভালদৰে উদ্ধাৰ হোৱা নাই। বৰ্তমান মৃতদেহটো ৰে'ল আৰক্ষীৰ জিম্মাত আছে।
Read More News
T & CPrivacy PolicyContact Us