Download Now Banner

This browser does not support the video element.

মৰিগাঁও: ঢেকীফলাত তিৱা স্বায়ত্ব পৰিষদে অনুষ্ঠিত কৰা ৰাইজৰ পৰিষদ ৰাইজৰ বাবে শীৰ্ষক সভাখনত মুখ্য কাৰ্য্যবাহী সদস্য জীৱন কোঁৱৰ

Marigaon, Morigaon | Sep 7, 2025
আজি তিৱা স্বায়ত্ব শাসিত পৰিষদৰ ৫ নং ঢেকীফলা সমষ্টিত অনুষ্ঠিত হোৱা "ৰাইজৰ পৰিষদ ৰাইজৰ বাবে" শীৰ্ষক এখনি সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। তিৱা স্বায়ত্ব পৰিষদে অনুষ্ঠিত কৰা সভাখনত ৰাইজৰ অভূতপৰ্ব সঁহাৰি দেখিবলৈ পোৱা যাই। পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ উপস্থিতি অনুষ্ঠিত এই সভা খনত পৰিষদৰ উপাধ্যক্ষ অংকুৰ দেউৰী, কাৰ্য্যবাহী সদস্য প্ৰণৱ জ্যোতি মছৰং, খগেন চন্দ্ৰ বৰদলৈ, মিহিৰাম বৰদলৈ, বিনিতা দৈমাৰীৰ লগতে বহুকেইজন সাধাৰণ সদস্য উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us