Install App
saidulislamkarbianglong
This browser does not support the video element.
ডিফু: কাৰ্বি আংলঙত আম্বানি-আদানীক মাটি দিয়া-নিদিয়া সন্দৰ্ভত চিইএম তুলিৰাম ৰংহাঙক স্থিতি স্পষ্ট কৰাকলৈ ডিফুত কংগ্ৰেছৰ সংবাদমেল
Diphu, East Karbi Anglong | Sep 10, 2025
বুধবাৰে দিনৰ ১ মান বজাত ডিফুত জিলা কংগ্ৰেছে এক সংবাদমেল আয়োজন কৰে ৷ সংবাদমেল সম্বোধন কৰি জিলা কংগ্ৰেছৰ শীৰ্ষ নেতা বিদ্যাছিং ৰংপিয়ে কয় যে, পাম অইল খেতিৰ নামত বহিৰাগত কৰ্পৰেট কোম্পানীক বৃহৎ পৰিমাৰ ভূমি প্ৰদান কৰা নাই তুলিৰাম ৰংহাঙে কৈছে ৷ কিন্তু কৰ্পৰেট কোম্পানীক মাটি প্ৰদান কৰাৰ পৰিষদৰ ই চি মিটিঙৰ নিৰ্দেশ কংগ্ৰেছৰ হাতত মজুত আছে ৷ খিলঞ্জীয়াৰ ভূমি কৰ্পৰেট গোষ্টীক গতাই দিয়া কাৰ্য কংগ্ৰেছে মানি নলয় ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!