Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: DC , SSP ,ৰাজহ চক্ৰ বিষয়াৰ লগতে বহু চৰকাৰী বিষয়াৰ ৩২ টা ভুৱা চীল মোহৰ ব্যৱহাৰ কৰি ৰৰৈয়াত আৰক্ষীৰ জালত তিনি প্ৰবঞ্চক

Jorhat West, Jorhat | Oct 7, 2025
DC , SSP ,ৰাজহ চক্ৰ বিষয়াৰ লগতে বহু চৰকাৰী বিষয়াৰ ৩২ টা ভুৱা চীল মোহৰ ব্যৱহাৰ কৰি আৰক্ষীৰ জালত তিনি প্ৰবঞ্চক । ৰৰৈয়াৰ পৰা গ্ৰেপ্তাৰ। যোৰহাট আৰক্ষীৰ জালত পৰিছে এটা বৃহৎ প্ৰৱঞ্চক চক্ৰৰ তিনি ধুৰন্ধৰ ।প্ৰবঞ্চক চক্ৰটোৰ পৰা উদ্ধাৰ DC , SP , ৰাজহ চক্ৰ বিষয়াৰ লগতে বহু চৰকাৰী বিষয়াৰ ৩২ টা ভুৱা চীল মোহৰ ।যোৰহাটৰ আদালতত জামিনদাৰৰ হৈ জাল নথিপত্ৰ জমা দিছিল।
Read More News
T & CPrivacy PolicyContact Us