This browser does not support the video element.
চেঙা: নিজ বহৰিৰ পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ পদ্মপাৰা গাঁৱৰ বিলাত আলীৰ মৃতদেহ
Chenga, Barpeta | Sep 26, 2025
চেঙাৰ পদ্মপাৰা গাঁৱৰ দিন মজুৰি কৰি ঘৰত উভতোৱা গাঁৱখনৰ বৃদ্ধ বিলাত আলীয়ে বৃহস্পতিবাৰে নিজ বহৰিৰ পুখুৰীত পৰি মৃত্যু বৰণ কৰে। পৰিয়ালে নিশা বিচাৰি নাপায় যদিও শুক্ৰবাৰে দুপৰীয়া মৃতদেহটো উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। খবৰ পোৱাৰ লগে লগেই তাৰাবাৰী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।