This browser does not support the video element.
বৰপেটা: বৰপেটা সত্ৰত বৰপেটা সত্ৰৰ প্ৰথমজনা সত্ৰাধিকাৰ শ্ৰীশ্ৰীমথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন
Barpeta, Barpeta | Oct 10, 2025
আজি মথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ তিথি মহোৎসৱ ৷ শ্ৰীমন্ত শংকৰ-মাধৱ দুজনা গুৰুৰ পিচতেই বৰপেটাৰ সত্ৰীয়া ব্যৱস্থাত অধিক মান্যতা প্ৰদান কৰা হয় মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য, বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ শ্ৰীশ্ৰীমথুৰাদাস বুঢ়া আতাক ৷ শ্ৰীশ্ৰীমথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ তিথি উপলক্ষে বৰপেটা সত্ৰত পাঁচদিনীয়াকৈ পালন কৰা কীৰ্তন মহোৎসৱৰ আজি মুল সবাহ অনুষ্ঠিত হয় ৷ শ্ৰীশ্ৰীমথুৰাদাস বুঢ়া আতাৰ কীৰ্তন মহোৎসৱ উপলক্ষে সত্ৰত নিত্য প্ৰসংগৰ লগতে নৈমিত্তিক প্ৰসংগ কৰা হয় ৷