Download Now Banner

This browser does not support the video element.

বোকাখাত: নুমলীগড়ত NRLৰ সভাকক্ষত NRLৰ শীৰ্ষ বিষয়াৰে বৈঠক DGP হৰমিত সিঙৰ, উপস্থিত বিধায়ক মৃণাল শইকীয়া, মানৱ ডেকা

Bokakhat, Golaghat | Sep 11, 2025
নুমলীগড়ত বৃহস্পতিবাৰে বিয়লি প্ৰায় ৫ মান বজাত NRLৰ সভাকক্ষত NRLৰ শীৰ্ষ বিষয়াৰে বৈঠক ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ। উপস্থিত থাকে বিধায়কদ্বয় মৃণাল শইকীয়া, মানৱ ডেকা। প্ৰধানমন্ত্ৰীৰ আগন্তুক ভ্ৰমণ কাৰ্যসূচী সফলভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে আজি গোলাঘাট জিলাত উপস্থিত হোৱা DGP হৰমিত সিঙে নুমলীগড় শোধনাগাৰৰ শীৰ্ষ বিষয়াৰে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। ১৪ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব‌ NRLৰ যৌথ উদ্যোগত স্থাপিত বিশ্বৰ প্ৰথমটো ২-জি ইথানল উদ্যোগৰ।
Read More News
T & CPrivacy PolicyContact Us