Install App
mobarak.officialpage
This browser does not support the video element.
বাক্সা: ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী বেগম আখতাৰা আহমেদ জয়ী হোৱাৰ পিছতে সমদল উলিয়াই বিজয়ী উল্লাস
Baska, Baksa | Sep 27, 2025
২০ নং মথনগুৰী পৰিষদীয় সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী বেগম আখতাৰা আহমেদ জয়ী হোৱাৰ পিছতে সমদল উলিয়াই বিজয়ী উল্লাস। আজি মথনগুৰীত বিপিএফৰ প্ৰাৰ্থী ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ বেগম আখতাৰা আহমেদে জয়ী হোৱাৰ পিছতেই এইদৰে দেখিবলৈ পোৱা গল বিপিএফৰ সমৰ্থক সকলৰ মাজত বিজয় উল্লাস।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!