Download Now Banner

This browser does not support the video element.

উত্তৰ লক্ষীমপুৰ: অসমৰ শ্ৰমিকক প্ৰতাৰণা কৰা TK কোম্পানীক হুংকাৰ উত্তৰ লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ

North Lakhimpur, Lakhimpur | Aug 27, 2025
অসমৰ শ্ৰমিকক প্ৰতাৰণা কৰা TK কোম্পানীক হুংকাৰ উত্তৰ লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ। বুধবাৰে আবেলি প্ৰায় তিনিমান বজাত সংবাদমাধ‍্যমৰ আগত মন্তব্য অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অনুপম শইকীয়াৰ । অৰুণাচলৰ নাহৰলগুনস্থিত TK কোম্পানীত কৰ্মৰত অসমৰ ৭ জনকৈ শ্ৰমিকে দীৰ্ঘদিনৰে পৰা বঞ্চিত হৈ আছে পাৰিতোষিকৰ পৰা। ২০২২ চনৰ পৰা তেওঁলোকে কোম্পানীৰ পৰা পোৱা নাই কোনো ধন। এই লোক সকলৰ পৰিয়ালত এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে।
Read More News
T & CPrivacy PolicyContact Us