Download Now Banner

This browser does not support the video element.

গোলাঘাট: প্ৰধানমন্ত্ৰীৰ মাতৃৰ বিৰুদ্ধে অশালীন মন্তব্য কৰাৰ অভিযোগত ৰাহুল গান্ধীৰ বিৰুদ্ধে গোলাঘাট নগৰত বিজেপিৰ প্ৰতিবাদ

Golaghat, Golaghat | Sep 1, 2025
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাতৃৰ বিৰুদ্ধে অশালীন মন্তব্য কৰা অভিযোগত সোমবাৰে বিয়লি প্ৰায় ৪ বজাত ৰাহুল গান্ধীৰ বিৰুদ্ধে গোলাঘাট নগৰত উত্তাল প্ৰতিবাদ ভাৰতীয় জনতা পাৰ্টীৰ। কেইবা শতাধিক বিজেপি নেতাকৰ্মীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি গোলাঘাট নগৰৰ আকাশ-বতাহ কঁপাই তোলে। গোলাঘাট জিলা বিজেপি কাৰ্যকৰ্তাসকলে গোলাঘাট নগৰখন পৰিভ্ৰমণ কৰি কংগ্ৰেছ বিৰোধী বিভিন্ন শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
Read More News
T & CPrivacy PolicyContact Us