Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: জিলাৰ নাইগাঁওত কংগ্ৰেছ দলৰ এখন বৃহৎ নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠিত

Kokrajhar Part, Kokrajhar | Sep 4, 2025
কোকৰাঝাৰ জিলাৰ নাইগাঁওত বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাত কংগ্ৰেছ দলৰ এখন বৃহৎ নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠিত হয়। বাওঁখুংগ্ৰী বিটিচি পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুনীল নাৰ্জাৰীই বৃহৎ জনসভাত নিৰ্বাচনী প্ৰচাৰ চলাই। ইতিমধ্যেই বিটিচি নিৰ্বাচনক দিনে ৰাতি বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অব্যাহত ৰাখিছে। আজি কংগ্ৰেছ দিলেও প্ৰচাৰ চলাই আৰু বাওঁখুংগ্ৰী সমষ্টিত এইবেলী কংগ্ৰেছ জয় হব বুলি দাবী কৰে ৰাইজে।
Read More News
T & CPrivacy PolicyContact Us