বৃহস্পতি বাৰে দিনৰ প্ৰায় তিনি মান বজাত জোনাইত হাজাৰ হাজাৰ ৰাইজ উপস্থিত কৰম পৰৱ' উদযাপনত জোনাই ত অসম চাহ জনজাতি ছাত্ৰ সন্থা জোনাই শাখা সমিতিৰ উদ্যোগত দিন যোৱা ভাৱে দ্বিতীয় বাৰ্ষিক 'কৰম পৰৱ' উদযাপনত কৰা হয়। আজি উক্ত অনুষ্ঠানত পুৱা পতাকা উত্তোলনৰ কৰা লগতে বিভিন্ন বিষয় ওপৰত আলোচনা কৰা ওপৰিও , বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ ক