This browser does not support the video element.
সোণাৰি: বিশ্ব ঐতিহ্য চৰাইদেউ মৈদামত প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত শ্ৰমিক আৰু সুৰক্ষা কৰ্মী, প্ৰতাৰণাৰ অভিযোগ অসম প্ৰত্নতত্ব বিভাগৰ ব
Sonari, Charaideo | Aug 26, 2025
চৰাইদেউ ঐতিহ্য স্থানত কৰ্মৰত প্ৰায় ২০/২৫ গৰাকী ঠিকাভিত্তিক অস্থায়ী কৰ্মচাৰীয়ে বিগত ৭ মাহৰ পৰা এবছৰ ধৰি কৰ্মৰ বেতনৰ পৰা বঞ্চিত হৈ আছে । যাৰ বাবে আকাশলংঘী মূল্যবৃদ্ধিৰ দিনত ৭ মাহৰ পৰা এবছৰলৈকে বেতন নাপায় পৰিয়াল পোহপাল দিবলৈ হাহাকাৰ কৰিছে এই সকল ঠিকাভিত্তিক অস্থায়ী কৰ্মচাৰীয়ে । সাংস্কৃতিক সঞ্চালকালয় তথা অসম পুৰাতত্ব বিভাগৰ অন্তৰ্গত ঠিকাভিত্তিক এই কৰ্মচাৰী সকলক সংশ্লিষ্ট বিভাগে মাহ মাহ ধৰি বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰিছে শ্ৰমিক, কৰ্মচাৰীয়ে । শ্ৰীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ