Download Now Banner

This browser does not support the video element.

তেজপুৰ: মিছামাৰী ঢেঁকিপেলোৱা কছাৰী গাঁৱৰ বাসিন্দা তথা BJPকৰ্মী নৰেশ্বৰ দাঙ্গীয়াৰীৰ মৃত্যুৰ খবৰ পাই তেখেতৰ ঘৰত উপস্থিত বিধায়ক

Tezpur, Sonitpur | Sep 24, 2025
শোণিতপুৰ জিলাৰ অন্তৰ্গত মিছামাৰী ঢেঁকিপেলোৱা কছাৰী গাঁৱৰ বাসিন্দা তথা ভাৰতীয় জনতা পাৰ্টিৰ এজন সক্ৰীয় কৰ্মী নৰেশ্বৰ দাঙ্গীয়াৰী মৃত্যুৰ খবৰ পাই বুধবাৰে বিয়লি অনুমানিক ৪ বজতা তেখেতৰ ঘৰত উপস্থিত হয় বিধায়ক গনেশ কুমাৰ লিম্বু । উল্লেখ্য যে তেখেতৰ মৃত্যু সমাজৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ দলৰ বাবে এক অপূৰণীয় ক্ষতি। আজি মৃতকৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই  শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে বিধায়ক গনেশ কুমাৰ লিম্বুৱে ৷
Read More News
T & CPrivacy PolicyContact Us