Install App
gajendeka123
This browser does not support the video element.
গোৰেশ্বৰ ভাগ: গোৰেশ্বৰত বিজেপিৰ যোগদান সভাত উপস্থিত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা
Goreswar Part, Baksa | Aug 6, 2025
বুধবাৰে নিশা ৯ মান বজাত গোৰেশ্বৰত গোৰেশ্বৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হয় বিশাল যোগদান সভা।মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ উপস্থিতিত সহস্ৰাধিকে আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপি দলত।সভাত কেবাগৰাকী বিজেপি নেতা উপস্থিত থাকে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!