Install App
123456789000prasanta
This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: হিন্দু বাঙালী লোক সকলৰ ডি ভোটাৰ সমস্যা সমাধানৰ দাবীত শিঙৰীৰ চিতলমাৰীত সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ প্ৰতিবাদ
Dhekiajuli Part, Sonitpur | Sep 7, 2025
হিন্দু বাঙালী লোক সকলৰ ডি ভোটাৰ সমস্যা সমাধানৰ দাবীত দেওবাৰে বিয়লি ৪ বজাত শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰীৰ চিতলমাৰীত সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ উল্লেখ্য যে ১৯৭১ চনৰ আগৰ পৰা অসমত বসবাস কৰা হিন্দু বাঙালী লোকসকলৰ ডি ভোটাৰ সমস্যাৰ স্থায়ে সমাধান কৰাৰ দাবীত আজি সংগঠনটোৱে শিঙৰী চিতলমাৰীত উক্ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!