This browser does not support the video element.
মৰাণ: খোৱাং সম জিলা প্ৰশাসনৰ উদ্যোগত জনতা উ: মা: বিদ্যালয়ৰ অনুষ্ঠিত সুধাকন্ঠ জন্ম অনুষ্ঠানত উপস্থিত থাকে বিধায়ক আৰু আয়ুক্ত
Moran, Dibrugarh | Sep 8, 2025
খোৱাং সম জিলা প্ৰশাসনৰ উদ্যোগত আৰু জনতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজি ছাত্ৰ-ছাত্ৰী আৰু সম জিলা প্ৰশাসনৰ বিষয়া- কৰ্মচাৰীৰ অংশ গ্ৰহণেৰে জনতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানটি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় ।অনুষ্ঠানত খোৱাং বিধান সভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে। পুস্পাঞ্জলী নিবেদন কৰে খোৱাং সম জিলা আয়ুক্তয়ে