Install App
shivbhakti
This browser does not support the video element.
গুৱাহাটী: গুৱাহাটীৰ নুনমাটিত আৰক্ষীৰ জালত দুটা ছাগলী চোৰ,ছাগলী চুৰি কৰি পলায়ন কৰিবলৈ লওঁতেই ৰাইজে ধৰি গতালে আৰক্ষীক
Guwahati, Kamrup Metropolitan | Sep 11, 2025
বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ নুনমাটিত আৰক্ষীৰ জালত দুই ছাগলী চোৰ। ধৃত ছাগলী চোৰ দুটা হাচেন আলী আৰু দুলু আলী। ছাগলী চোৰ দুটাই ৪টা ছাগলী চুৰ কৰি পলায়ন কৰিছিল। স্থানীয় ৰাইজে খেদি খেদি দুই চোৰক আটক কৰে ।আটক কৰি নুনমাটি আৰক্ষীক গতাই দিয়ে ৰাইজে
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!