Download Now Banner

This browser does not support the video element.

বোকাখাত: বোকাখাতত অগ্নিশিখা সমদলেৰে উত্তাল প্ৰতিবাদ AJYCP ৰ, আৰক্ষীৰে হতাহতি

Bokakhat, Golaghat | Sep 6, 2025
বোকাখাতত শনিবাৰে নিশা ৭ বজাত অগ্নিশিখা সমদলেৰে উত্তাল প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। আৰক্ষীৰে হতাহতি। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সংগঠনটোৰ অগ্নিশিখা সমদল। সমদলক বাধা প্ৰদান আৰক্ষীৰ। প্ৰতিবাদকাৰী দলটোক পৰিষদৰ কাৰ্যালয়ৰ পৰা বাহিৰ হোৱাৰ সময়তে আৰক্ষীয়ে কাঢ়ি লয় জোৰ আৰু ফেষ্টুণ। যাক লৈ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় হতাহতিৰ।
Read More News
T & CPrivacy PolicyContact Us