Download Now Banner

This browser does not support the video element.

তেজপুৰ: নদুৱাৰ সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা পাঁচমাইলৰ 'ইয়ং ব্লু ক্লাব'ত উপস্থিত হয় নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা

Tezpur, Sonitpur | Jul 31, 2025
নদুৱাৰ সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা পাঁচমাইলৰ "ইয়ং ব্লু ক্লাব" ত আজি উপস্থিত হয় নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ৷ বিধায়ক পদ্ম হাজৰিকা ক্লাব খনত উপস্থিত হৈ ক্লাবৰ সভাপতি/সম্পাদকৰ লগতে সদস্য সকলৰ লগত বিভিন্ন দিশত মত-বিনিময় কৰে ৷ আজিৰ উক্ত মত বিনিময় অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ দক্ষিণ নদুৱাৰ মণ্ডলৰ সভাপতি পৱিত্ৰ দাস,পাঁচমাইল পঞ্চায়তৰ তত্ত্বাবধায়ক বুলু আহমেদ, পাঁচমাইল পঞ্চায়তৰ সভানেত্ৰী জেচমিন বেগম, পাঁচমাইল অঞ্চলৰ বিভিন্ন দায়িত্বত থকা লোকসকল ৷
Read More News
T & CPrivacy PolicyContact Us