Download Now Banner

This browser does not support the video element.

তেজপুৰ: হিন্দু বাঙালীৰ ডি ভোটাৰ সমস্যা সমাধানৰ দাবীত ঠেলামৰাত সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ অৱস্থান ধৰ্মঘট

Tezpur, Sonitpur | Sep 6, 2025
হিন্দু বাঙালীৰ ডি ভোটাৰ সমস্যা সমাধানৰ দাবীত ঠেলামৰাত সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ অৱস্থান ধৰ্মঘট ৷ উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচী শনিবাৰে দিনৰ ২ বজাত সামৰণি পৰে ৷ উল্লেখ্য যে ১৯৭১ চনৰ আগৰ পৰা অসমত বসবাস কৰা হিন্দু বাঙালী লোকসকলৰ ডি ভোটাৰ সমস্যা সমাধান কৰাৰ দাবীত আজি সংগঠনটোৱে তিনি ঘণ্টীয়া অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আজিৰ উক্ত কাৰ্যসূচীত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি স্বয়ন দাস,শোণিতপুৰ জিলা সমিতিৰ সভাপতি অজয় দেৰ লগতে বিষয়ববীয়া সকল উপস্থিত থাকে ৷
Read More News
T & CPrivacy PolicyContact Us