This browser does not support the video element.
শিৱসাগৰ: চাৰিঙত বিজেপিৰ ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ, উপস্থিত প্ৰাক্তন বিধায়ক কুশল দুৱৰী
Sibsagar, Sivasagar | Aug 12, 2025
চাৰিংত মংগলবাৰে বিজেপিৰ ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ।৭৯ তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ শিৱসাগৰ বিধান সভা সমষ্টিৰ চাৰিং মণ্ডলৰ উদ্যোগত মংগলবাৰে চাৰিংত সন্ধ্যা ৫ বজা পৰ্যন্ত এক ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী অনুষ্ঠিত হয়।এই কাৰ্যসূচীত প্ৰাক্তন বিধায়ক কুশল দুৱৰী,শিৱসাগৰ জিলা পৰিষদৰ উপাধ্যক্ষা ৰেবিকা সন্দিকৈকে ধৰি কেইবাগৰাকী বিজেপিৰ বিষয়ববীয়া আৰু কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে।