Download Now Banner

This browser does not support the video element.

ঢকুৱাখানা ভাগ: সম জিলা ঢকুৱাখনাত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন

Dhakuakhana Part, Lakhimpur | Aug 15, 2025
সম জিলা ঢকুৱাখনাত শুক্ৰবাৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন। আজি স্বাধীনতা দিৱস , সমগ্ৰ দেশৰ লগতে লখিমপুৰ জিলা সম জিলা ঢকুৱাখনা প্ৰশাসনৰ উদ্যোগত ৭৯ সংখ্যক স্বাধীনতা দিৱস ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত উদযাপন কৰে। উল্লেখযোগ্য যে বিভিন্ন কাৰ্যসূচীৰে পালন এই স্বাধীনতা দিৱসৰ লগত সংহতি ৰাখি ৭৯ সংখ্যক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে সম জিলা উপায়ুক্ত সংস্কৃতি ছুমানিয়ে।
Read More News
T & CPrivacy PolicyContact Us