Install App
shivbhakti
This browser does not support the video element.
পলাশবাৰী: বৰঝাৰ বিমানবন্দৰত পত্নী-পুত্ৰসহ ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা,চৰকাৰক ধন্যবাদ ভূপেন হাজৰিকাৰ নাতি চেছ হাজৰিকাৰ
Palasbari, Kamrup | Sep 6, 2025
শনিবাৰে বৰঝাৰ বিমানবন্দৰত উপস্থিত ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা। ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে পত্নী-পুত্ৰক লগত লৈ বৰঝাৰ বিমানবন্দৰত উপস্থিত তেজ হাজৰিকা। অসম চৰকাৰে লোৱা এই পদক্ষেপৰ বাবে চৰকাৰক ধন্যবাদ জনালে ভূপেন হাজৰিকাৰ নাতি চেছ হাজৰিকাই।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!