Download Now Banner

This browser does not support the video element.

হেলেম: গহপুৰত জেষ্ঠ্য সাংবাদিক ভুৱন শইকীয়াৰ মাতৃৰ বিয়োগত তেখেতৰ বাসগৃহত সাংসদ ৰঞ্জিত দত্ত আৰু সাংবাদিক সন্থাৰ সজাতি দলৰ সমবেদনা

Helem, Biswanath | Aug 25, 2025
যোৱা ২১ আগষ্টত গহপুৰৰ জেষ্ঠ্য সাংবাদিক ভুৱন শইকীয়াৰ মাতৃ ডালিমী শইকীয়াই ইহলীলা সম্বৰণ কৰে । এই শোকাকুল ক্ষণত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান- দল-সংগঠনে সমবেদনা জনাইছে। সমান্তৰালকৈ আজি জেষ্ঠ্য সাংবাদিক ভুৱন শইকীয়াৰ বাসগৃহত শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত সমবেদনা জ্ঞাপন কৰে । একে সময়ত বিশ্বনাথ জিলা সংবাদিক সন্থা আৰু বিশ্বনাথ প্ৰেছ ক্লাবৰ ফালৰপৰা এক সজাতি দল উপস্থিত হৈ আইমাতৃ গৰাকীৰ আত্মাৰ সদগতি কামনা কৰে সকলোৱে।
Read More News
T & CPrivacy PolicyContact Us