This browser does not support the video element.
কোকৰাঝাৰ ভাগ: বাওঁখুংগ্ৰী বিটিচি পৰিষদীয় সমষ্টিত মই জয় নিশ্চিত নাইগাঁওত দাবি বিটিচি ই এম ৰঞ্জিত বসুমতাৰীৰ।
Kokrajhar Part, Kokrajhar | Sep 4, 2025
বাওঁখুংগ্ৰী বিটিচি পৰিষদীয় সমষ্টিত মই জয় নিশ্চিত। বৃহস্পতিবাৰে আবেলি ৫ বজাত নাইগাঁওৰ খাংক্ৰিখলাত নিৰ্বাচনী প্ৰচাৰৰ এখন যোগদান সভাত এনে দাবি কৰে বিটিচি ৰ কাৰ্যবাহী সদস্য তথা বাওখুংগ্ৰী সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰীই। উল্লেখ্য যে আজি খাংক্ৰিখলাত ইউ পি পি এল দলৰ এখন বৃহৎ যোগদান কাৰ্য্যসূচী অনুষ্ঠিত হয়। যত প্ৰায় ২০০ ৰো অধিক বিপিএফ কৰ্মীই ইউ পি পি এল দলত যোগদান কৰে। যোগদান হোৱা লোকক আদৰণী জনাই নিজৰ জয় নিশ্চিত বুলি প্ৰকাশ কৰে।