Download Now Banner

This browser does not support the video element.

সৰুপথাৰ: বৰপথাৰৰ শ্ৰীশ্ৰী বাৰেখেলীয়া বৰনামঘৰত সদৌ অসম ভিত্তিত অনুষ্ঠিত দিহানাম প্ৰতিযোগিতাৰ শুভ উদ্বোধন বিধায়ক বিশ্বজিত ফুকনৰ

Sarupathar, Golaghat | Oct 4, 2025
বৰপথাৰৰ শ্ৰীশ্ৰী বাৰেখেলীয়া বৰনামঘৰত সদৌ অসম ভিত্তিত অনুষ্ঠিত দিহানাম প্ৰতিযোগিতাৰ শনিবাৰে বিয়লি প্ৰায় ৪ মান বজাতশুভ উদ্বোধন কৰে বিধায়ক বিশ্বজিত ফুকনে। শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক আবিৰ্ভাৱ তিথি উপলক্ষে বাৰেখেলীয়া শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আয়োজন কৰা হয় প্ৰতিযোগিতাখনি। বিধায়কগৰাকী অনুষ্ঠানত উপস্থিত থাকি গুৰুজনাৰ নীতি আদৰ্শৰে সকলোৱে আগবাঢ়ি যোৱাৰ লগতে নৱপ্ৰজন্মক গুৰুজনাৰ কৃষ্টি-সংস্কৃতিৰ সৈতে চিনাকি কৰি দিবলৈ উপস্থিতসকলক উদ্বুদ্ধ কৰাৰ প্ৰয়াস কৰে।
Read More News
T & CPrivacy PolicyContact Us