Download Now Banner

This browser does not support the video element.

দেৰগাঁও: দেৰগাঁৱৰ চকিয়ালত গৰুৰ কটা মুৰ উদ্ধাৰকলৈ চাঞ্চল্য, উপস্থিত আৰক্ষী অধীক্ষক, আটক ৫

Dergaon, Golaghat | Aug 25, 2025
দেৰগাঁৱৰ চকিয়ালত গৰুৰ কটা মুৰ উদ্ধাৰকলৈ চাঞ্চল্য। সোমবাৰে বিয়লি প্ৰায় ৪ বজাত উপস্থিত হৈ চৰজমিন তদন্ত আৰম্ভ কৰিছে গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে। উল্লেখ্য যে দেওবাৰে নিশা যিটো পৰিয়ালৰ চোতালত গৰুৰ কটা মুৰ উদ্ধাৰ হৈছিল তাৰ সমীপতে আছে এটা ষ্টীল ফেক্টৰী। এই ফেক্টৰীৰ পৰাই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয় লোকৰ। ইতিমধ্যে আৰক্ষীয়ে পাঁচজন লোকক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে।
Read More News
T & CPrivacy PolicyContact Us