This browser does not support the video element.
ধেমাজি: ধেমাজি জিলাৰ নগৰত অৱস্থিত ঐতিহাসিক বিষ্ণু মন্দিৰত শাৰদীয় দুৰ্গোৎসৱ উদযাপন
Dhemaji, Dhemaji | Sep 30, 2025
মঙ্গল বাৰে দিনৰ ১০ বজাত ধেমাজি জিলাৰ ঐতিহাসিক বিষ্ণু মন্দিৰত শাৰদীয় দুৰ্গোৎসৱ উদযাপন শক্তিৰ আৰাধ্য দেৱীৰ শাৰদীয় দুৰ্গোৎসৱ আৰম্ভ দেশত আজি মহা অষ্টমী , ঢাকৰ শব্দত মুখৰিত গাঁও আৰু নগৰ অঞ্চল ৷ বেদীত মা দুৰ্গাৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰা পিছত মা দুৰ্গা দেৱীৰ আশীৰ্বাদ বিচাৰি মন্দিৰ লগতে পূজা স্থলীত ভক্তৰ প্ৰাণ ৰাইজ ।