Download Now Banner

This browser does not support the video element.

ঢকুৱাখানা ভাগ: জামুগুৰিৰ গোহাঁই গাঁৱত উদ্ধাৰ হোৱা প্ৰকাণ্ড এডাল অজগৰ সাপ সুকলমে এৰিলে ঢকুৱাখনা বনাঞ্চলত বন বিভাগে

Dhakuakhana Part, Lakhimpur | Aug 19, 2025
লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ জামুগুৰিৰ গোহাঁই গাঁৱত মঙ্গলবাৰে এডাল অজগৰ সাপ উদ্ধাৰ হয়। গোহাঁই গাঁৱৰ জয়ন্ত সন্দিকৈ নামৰ এগৰাকী শিক্ষকৰ ঘৰৰ বাবীৰৰ পৰা উদ্ধাৰ হৈছিল অজগৰটো। পৰবৰ্তী সময়ত উদ্ধাৰ অজগৰটো ঢকুৱাখনা বন বিভাগে সুকলমে ঢকুৱাখনাৰ বনাঞ্চল এৰি দিয়ে বুলি জানিব পৰা গৈছে ।
Read More News
T & CPrivacy PolicyContact Us