Download Now Banner

This browser does not support the video element.

বৰক্ষেত্ৰী: দৌলাশালত বিজেপিৰ সাংগঠনিক সভা ও সম্বধৰ্ণা অনুষ্ঠান

Barkhetri, Nalbari | Aug 24, 2025
বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ সহযোগত দৌলাশালৰ উদ্যোগত আয়োজিত 'সম্বৰ্ধনা ও সাংগঠনিক সভা অনুষ্ঠিত হয়। সভাত জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সদস্য-সদস্যাসকলক সম্বৰ্ধনা জনোৱা হয়।সভাত প্ৰাক্তন বিধায়ক GMDA ৰ অধ্যক্ষ নাৰায়ণ ডেকা, নলবাৰী জিলা বিজেপিৰ সভাপতি জয়ন্ত বুজৰবৰুৱা ,জিলা পৰিষদৰ সভানেত্ৰী গীতুমণি বৈশ্য,জিলা পৰিষদৰ সদস্যা চিমি বৰ্মন আৰু দলীয় কাৰ্য্যকৰ্তা আৰু ৰাইজ উপস্থিত থাকে
Read More News
T & CPrivacy PolicyContact Us