Download Now Banner

This browser does not support the video element.

ঘগ্ৰাপাৰ ভাগ: অসম গণ পৰিষদৰ উদ্যোগত ২ নং নাৰপাৰাত ড০ ভূপেন হাজৰিকাৰ জন্মদিন উদযাপন,১০০ গচকি বন্তি প্রজ্জ্বলন

Ghograpar Part, Nalbari | Sep 8, 2025
নলবাৰী জিলা বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ৪৩ নং সোণকানি দতৰা আঞ্চলিক সমিতিৰ উদ্যোগত আজি ২ নং নাৰপাৰা চ'কত ভাৰতৰত্ন, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মদিন উদযাপন কৰা হয়।সন্ধিয়া অগপ নেতা তথা বৰক্ষেত্ৰী সমষ্টিৰ সম্পাদক জাহিৰ আৱাল চৌধুৰী আৰু সোণকাণি-দতৰা আঞ্চলিক সমিতিৰ সম্পাদক ৰূপাঞ্জন কলিতাই আত ধৰা এক অনুষ্ঠানত ১০০ গচ বন্তি প্রজ্জ্বলন কৰা হয়। অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে অগপৰ কেন্দ্রীয় সমিতিৰ সম্পাদক গুণমনি ভূঞাৰ শতাধিক ৰাইজে অংশগ্রহণ কৰে।
Read More News
T & CPrivacy PolicyContact Us