Download Now Banner

This browser does not support the video element.

হোজাই: জিলা সদৰত জিলা আয়ুক্তৰ উপস্হিতিত হোজাই জিলা দিৱস উদযাপন সন্দৰ্ভত এখনি সভা অনুষ্ঠিত

Hojai, Hojai | Sep 13, 2025
হোজাই জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ জিলা আয়ুক্ত কাৰ্য্যলয়ৰ সভাগৃহত হোজাই জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীৰ উপস্হিতিত হোজাই জিলা দিৱস উদযাপন সন্দৰ্ভত এখনি সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্হিত লোকৰ সবসন্মতিক্ৰমে প্ৰতিবছৰে ২৫ জানুৱাৰী দিনটো হোজাই জিলা প্ৰতিষ্ঠা দিৱস হিচাপে উদযাপনৰ বাবে সীধান্ত গ্রহণ কৰা হয়। উক্ত সভাত হোজাই জিলাৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, বিধায়ক ৰামকৃষ্ণ ঘোষকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us