Install App
shivbhakti
This browser does not support the video element.
হাজো: আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ ৪২৯ সংখ্যাক তিৰোভাৱ তিথি,শুৱালকুছিৰ শ্ৰীশ্ৰী ঈশ্বৰ হাটী সত্ৰত হৰিনাম কীৰ্তন
Hajo, Kamrup | Sep 12, 2025
আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ ৪২৯ সংখ্যাক তিৰোভাৱ তিথি। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শুৱালকুছিতো শুকুৰবাৰে পালন কৰা হয় তিৰোভাৱ তিথি। শ্ৰীশ্ৰী ঈশ্বৰ হাটী সত্ৰ প্ৰাংগনত হৰিনাম কীৰ্তনেৰে মুখৰিত কৰি তোলে ভকত বৈষ্ণৱে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!