Install App
usr509065
This browser does not support the video element.
নাহৰকটীয়া: চাচনী সামূহিক স্ৱাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰি পৰিস্থিতি বুজ ল'লে নাহৰকটীয়া সমজিলাৰ সহকাৰী আয়ুক্তই
Naharkatiya, Dibrugarh | Sep 10, 2025
নাহৰকটীয়া সমজিলাৰ সহকাৰী আয়ুক্ত সেউজ সজীৱ নাথ আজি চাচনী সামূহিক স্ৱাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনত সহকাৰী আয়ুক্ত গৰাকীয়ে চিকিৎসালয় খনৰ বিভিন্ন নথি-পত্ৰ, বিনামূলীয়াকৈ উপলব্ধ ঔষধৰ পৰিমান, দৈনিক ৰোগীৰ পঞ্জীয়ন, ৰোগী সকলৰ বাবে থকা বিভিন্ন কক্ষ পৰ্যৱেশন কৰি কৰ্মচাৰী সকলক পৰামৰ্শ দিয়ে লগতে ৰোগী সকলৰ লগত মত-বিনিময় কৰে
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!