Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: চুৰি কাৰ্যৰ লগত জৰিত থকাৰ সন্দেহত চিৰাজুলিৰ পৰা এগৰাকী যুৱকক আটক কৰি ঢেকীয়াজুলি থানাত জেৰা অব্যাহত

Dhekiajuli Part, Sonitpur | Aug 30, 2025
চুৰি কাৰ্যৰ লগত জৰিত থকাৰ সন্দেহত চিৰাজুলিৰ পৰা এগৰাকী যুৱকক আটক কৰি শনিবাৰে বিয়লি ৩ বজাত ঢেকীয়াজুলি আৰক্ষী থানাত জেৰা অব্যাহত ৷ উল্লেখ্য যে বিগত কিছু দিনৰ পৰা ঢেকীয়াজুলিত আৰক্ষী থানা এলেকাৰ বিভিন্ন স্থানত সংঘটিত হৈছে এটাৰ পিছত আনটোকৈ চুৰিকাণ্ডৰ ঘটনা । আনকি চুৰে বৰ্তমান লক্ষ্য কৰি লৈছে মট মন্দিৰ সমূহ ৷ সেয়েহে যুৱকজনক আটক ঢেকীয়াজুলি থানাত জেৰা অব্যাহত ৰাখিছে ৷
Read More News
T & CPrivacy PolicyContact Us