Download Now Banner

This browser does not support the video element.

উত্তৰ লক্ষীমপুৰ: চন্দন হাজৰিকাৰ হত্যাকাণ্ডৰ তদন্ত লগতে দুখিক শাস্ত্ৰীৰ দাবীত নগৰত আয়ুক্ত জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক অসমীয়া যুৱ মঞ্চৰ

North Lakhimpur, Lakhimpur | Aug 28, 2025
উত্তৰ লখিমপুৰ নগৰৰ লখিমপুৰ জিলা আয়ুক্ত কাৰ্য্যালয়ত বৃহস্পতিবাৰে অসমীয়া যুৱ মঞ্চ লখিমপুৰ জিলা সমিতিৰ এটি সজাতি দল উপস্থিত হয় । জিলা আয়ুক্তক সাক্ষাৎ কৰে । কটন বিশ্ববিদ্যালয়ৰ মেধাবি ছাত্র মৃত চন্দন হাজৰিকাৰ হত্যাকাণ্ডৰ তদন্ত ক্ষিপ্ৰতাৰে কৰি হত্যাকাণ্ডৰ লগত জৰিত থকা সকলক আটক কৰাৰ বিষয়ে তথা উচিত শাস্ত্ৰী প্ৰদানৰ দাবীত লখিমপুৰ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনটোৱে ।
Read More News
T & CPrivacy PolicyContact Us