This browser does not support the video element.
নাজিৰা: নামতি ধেপৰ গাঁৱত বিয়লি ২৫০ ৰো অধিক পুৰুষ-মহিলাই যোগদান কৰিলে বিজেপি দলত
Nazira, Sivasagar | Sep 7, 2025
শিৱসাগৰ জিলাৰ নাজিৰা বিধান সভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা নামতি ধেপৰ গাঁৱত দেওবাৰে বিয়লি ২৫০ ৰো অধিক পুৰুষ-মহিলাই বিজেপি দল নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ গেৰুৱা বসন পিন্ধি যোগদান কৰে ।টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ তথা যুৱ নেতা ময়ুৰ বৰগোহাঁইৰ উপস্থিতি থাকে।