Download Now Banner

This browser does not support the video element.

ধেমাজি: চিমেনচাপৰিত কা বাতিলৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ,প্ৰতিবাদত মুখ্যমন্ত্ৰী আৰু প্ৰধামন্ত্ৰীৰ প্ৰতিকৃতি দাহ

Dhemaji, Dhemaji | Sep 11, 2025
জোনাই চিমেন চাপৰিত কা' বাতিলৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ, প্ৰতিবাদত মুখ্যমন্ত্ৰী আৰু প্ৰধামন্ত্ৰীৰ প্ৰতিকৃতি দাহ ।কা বাতিলৰ দাবী জনাই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্য জুৰি প্ৰতিবাদ সাব্যস্ত কৰি অহা সমান্তৰাল ভাৱে।বৃহস্পতি বাৰে সন্ধিয়া প্ৰায় 6,30 মিনিট ধেমাজি জিলাৰ জোনাই চিমেন চাপৰিত প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় ছাত্ৰ সংগঠন টোৱে ।
Read More News
T & CPrivacy PolicyContact Us